অসমৰ পৰম্পৰাগত পাণ্ডুলিপি চিত্ৰকলা আৰু সংৰক্ষণৰ জ্ঞান নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ 'ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ'ৰ উদ্যোগত আৰু 'আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ' (International Council on Monuments and Sites, India, North-East Zone) চমুকৈ ICOMOSৰ সহযোগত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰত ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ নতুন শিক্ষানীতিৰ আধাৰত ‘Manuscript and Manuscriptology’ বিষয়ত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।…