সাঁচিপাত আৰু পাণ্ডুলিপি বিজ্ঞানৰ ওপৰত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী আয়োজন Organization of Internship Program on ‘Manuscript and Manuscriptology’
অসমৰ পৰম্পৰাগত পাণ্ডুলিপি চিত্ৰকলা আৰু সংৰক্ষণৰ জ্ঞান নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ 'ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ'ৰ উদ্যোগত আৰু 'আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ' (International Council on Monuments and Sites, India,…