Srimanta Sankaradeva is regarded as the “Jagatguru”(Lord of the Universe) and “Mahapurush”(the great man or super human being) by the Assamese people. In fact he was the greatest Vaishnavite saint of Assam. Sankaradeva was responsible for ushering into Assam a wave of the new Vaishnavite(Bhakti) movement which flooded practically the whole of India.... more
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। আমাৰ আলোচ্য বিষয় হৈছে নামঘৰ। শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্হল হৈছে এই নামঘৰ। এই নামঘৰক কেন্দ্ৰ কৰিয়েই গুৰুজনাৰ প্ৰৱৰ্ত্তিত ‘একশৰণ হৰি নামধৰ্ম’ বা ‘ভাগৱতী ধৰ্ম’ ই হিন্দু সমাজত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰি বৰ্ত্তি থাকিবলৈ সক্ষম হৈছে। গুৰজনাই প্ৰথমে নগাঁৱৰ বৰদোৱা(বটদ্ৰৱা) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে। নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে। এইকেইটা হৈছে – নামঘৰ বা কীৰ্ত্তন ঘৰ,মণিকূট,ছোঁ ঘৰ আৰু বাটচ’ৰা। ... more