bhrigu's blog
Society for Srimanta Sankaradeva is an organization devoted to spreading the message of Srimanta Sankaradeva globally.
Srimanta Sankaradeva was a multi-faceted genius, working in diverse fields like religion, literature, music, dance, drama, architecture, social reconstruction etc.
শ্রীমন্ত শঙ্কৰদেৱঃ- কীৰ্ত্তনঘোষাৰ শেষ ছোৱা, প্রথম স্কন্ধ ভাগৱত, দ্বিতীয় স্কন্ধ ভাগৱত, অনাদি পাতন, অজামিল উপাখ্যান, অমৃত মন্থন, বলিছলন, দশমস্কন্ধ আদ্য, কুৰুক্ষেত্র, একাদশ স্কন্ধ ভাগৱত, নিমি-নৱ-সিদ্ধ সংবাদ, ৰুক্মিনীহৰন পদ, দ্বাদশ স্কন্ধ ভাগৱত,ৰামায়ণৰ উত্তৰাকান্দ, কালিয়দমন, কেলি গোপাল, পাৰিজাত হৰণ, ভটিমা, ভক্তি-ৰত্নাকৰ ( সংস্কৃত ), বৰগীত ( পাটবাউসীত ) পত্নী প্রসাদ নাট ( চূণপোৰাত ), গুণমালা, তোটয়, ৰাজভটিমা, ৰাম বিজয় নাট ( কোচবিহাৰত )